অসমী আইৰ বাবে
প্ৰথম সদায় আৰু চিৰদিন
Toll-free number:
1800-270-2626

অসম জাতীয় পৰিষদ
Assam Jatiya Parishad

জাতিক উত্তৰণৰ দিশত আগুৱাই নিয়াৰ এক প্ৰয়াস হৈছে 'জাতীয় সেৱক'। আমাৰ নিজ নিজ অঞ্চলসমূহত চলি থকা সমস্যাৰ বুজ লোৱা, সেই সমস্যাৰ সমাধানৰ বাট বিচৰা আৰু বিভিন্ন গঠনমূলক কামেৰে জাতিটোক আগবঢ়াই নিয়া 'জাতীয় সেৱক'ৰ অন্যতম উদ্দেশ্য। নিজ নিজ কৰ্মক্ষেত্ৰৰ বিভিন্ন মানুহে নিয়াটোৱেই আগুৱাই নিয়াত সহায় কৰিব পাৰে। অধিবক্তাৰ পৰা ডাক্তৰলৈ, শিক্ষকৰ পৰা অভিযন্তালৈ, খেলুৱৈৰ পৰা ব্যৱসায়ীলৈ, কৃষকৰ পৰা মজদুৰলৈ, নেতাৰ পৰা অভিনেতালৈ, ছাত্ৰ-যুৱক আমি সকলোৱে জাতিক প্ৰাণাধিক ভালপাওঁ। আমি সকলো 'জাতীয় সেৱক'৷

Address

H.No. 33, 1st Floor, Lamb Road, Guwahati - 781001

Email

contact@assamjatiyaparishad.org
2021 © All Rights Reserved.